

Audiobook
Prastar Kanya
Prastar KanyaFormat
Audiobook
Listen anywhere
$5.69
Support the people who made thisYour purchase supports the people who made this work
Description
একবিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া সাহিত্য জগতত পদাৰ্পণ কৰি নিজস্ব সুকীয়া ৰচনা শৈলীৰে এক নতুন সৌৰভ কঢ়িয়াই আনে এগৰাকী নৱীন লেখিকাই। সুন্দৰ শব্দচয়ন, উপস্থাপন আৰু অনবদ্য কাব্যিকতাৰে এগৰাকী সংবেদনশীল সাহিত্যিকৰূপে খুউব কম সময়তে প্ৰতিষ্ঠা লাভ কৰা লেখিকা - মণিকুন্তলা ভট্টাচাৰ্য্য। ২০০২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গল্প সংকলন 'প্ৰস্তৰ কন্যা'ই লাভ কৰে ২০০৪ চনৰ মুনীন বৰকটকী বটাঁ। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, ক্ষোভ-হাহাকাৰ, আনন্দ-বেদনাৰ এক অন্তৰস্পৰ্শী দলিল যেন- প্ৰস্তৰ কন্যা। প্ৰতিটো গল্পতে প্ৰতিফলিত হৈছে জীৱনৰ গভীৰ অনুভৱী পাঠ। প্ৰতিটো গল্পই যেন চুই যায় আপোনাৰ
Product details
- Publisher
- Storyside IN
- Narrated by
- Prerana Khanikar
- Release date
- May 4, 2021
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789353987527
||