

Audiobook
Xorotsondror Nirbasito Golpo
Xorotsondror Nirbasito GolpoFormat
Audiobook
Listen anywhere
$7.71
Support the people who made thisYour purchase supports the people who made this work
Description
প্ৰসিদ্ধ বাংলা কথাশিল্পী শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ বৰ্ণিল জীৱনটো এখন সুন্দৰ উপন্যাসৰ দৰে চন্দোময়। তেখেতৰ বাস্তব জীৱনৰ অভিজ্ঞতাৰ প্ৰতিফলন তেখেতৰ গল্প সমূহত বিদ্যমান। ভোলানাথ শৰ্মাৰ দ্বাৰা অনুদিত 'শৰৎ চন্দ্ৰৰ নিৰ্বাচিত গল্প' পুথিখনত সন্নিবিষ্ট আটাইকেইটা গল্পতেই সেই সময়ৰ সমাজৰ বাস্তৱ ছবিখনক প্ৰতিফলিত কৰি বিভিন্ন ঘটনা আৰু চৰিত্রৰ মননশীল সংযোজন ঘটিছে । পুথি খনৰ প্ৰতিটো গল্প ভিন্নস্বাদৰ। গল্পসমূহৰ চৰিত্র সমূহ খুৱেই জীৱন্ত আৰু সংবেদনশীল। চৰিত্র সমূহত বাস্তৱ জীৱনৰ সুখ দুখ আশা আকাঙ্ক্ষা হতাশা তথা জীৱনৰ সূক্ষ্ম অনুভূতি সমূহ সুন্দৰকৈ প্ৰতিষ্ঠাপন কৰা হৈছে।
Product details
- Publisher
- Storyside IN
- Narrated by
- Jubaraj Kumar Das
- Release date
- August 1, 2021
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789353988456
||