

Audiobook
Xoindhya
XoindhyaFormat
Audiobook
Listen anywhere
$5.69
Support the people who made thisYour purchase supports the people who made this work
Description
সৰুতে মাকক হেৰুৱাই দেউতাকৰ মৰমৰ মাজত ডাঙৰ হৈ অহা এজনী ছোৱালী সন্ধ্যা। আন দহজনী ছোৱালীৰ দৰে কৈশোৰত এজন ৰাজকুমাৰৰ সপোন তাইয়ো দেখিছিল। সেই ৰাজকুমাৰ আছিল ইৰফান। কিন্তু ইৰফানৰ আছিল নে তাইৰ প্ৰতি কিবা অনুৰাগ? আহিছিল নে ইৰফান শুকুলা ঘোঁৰাত উঠি তাইৰ কাষলৈ? নে সমাজৰ বাধাই মষিমূৰ কৰি পেলাইছিল সন্ধ্যাৰ সকলো সপোন। কেনেদৰে আৰম্ভ হৈছিল সন্ধ্যাৰ সংসাৰ। স্বামী এইচ আই ভি ৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি জনাৰ পিছত কি কৰিলে সন্ধ্যাই? সেই ৰোগে আক্ৰমণ কৰিলে নেকি সন্ধ্যাকো? নে সেই ৰোগৰ পৰা ৰক্ষা পৰিছিল সন্ধ্যা? এইচ আই ভি ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনেকুৱা?
Product details
- Publisher
- Storyside IN
- Narrated by
- Megha
- Release date
- January 15, 2021
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789353987442
||