Xoityoban Dur Hoi Najaba

Xoityoban Dur Hoi Najaba

Xoityoban Dur Hoi Najaba
Format
Audiobook
Listen anywhere
$13.07
Support the people who made thisYour purchase supports the people who made this work

Description

বিশিষ্টা লেখিকা মনালিছা শইকীয়াৰ অনুপম সৃষ্টি 'সত্যবান দূৰ হৈ নাযাবা'। উপন্যাসখনত সন্নিবিষ্ট বিভিন্ন চৰিত্ৰ সমূহ আমাৰ সমাজৰ পৰাই বুটলি অনা কিছু জীৱন্ত চৰিত্ৰ। ইয়াত অংকিত কৰা প্ৰতিটো চৰিত্ৰই যেন আমাৰ সমাজত উপলব্দ্ধ একোখনকৈ পৰিচিত মুখ। উপন্যাসখনৰ মূল চৰিত্ৰ সত্যবান সমাজৰ এটি অশান্ত, উদ্ভ্ৰান্ত আৰু অস্থিৰ চৰিত্ৰ। মদাহী, উচ্ছৃংখল তথা অস্থিৰ বুলি জানি সমাজে ত্যাগ কৰিব খুজিলেও সি আমাৰ সমাজৰেই অংশ হৈ থাকে। তেনে চৰিত্ৰৰ মানুহবোৰৰ বাবে কিন্তু আজিও আমাৰ দায়বদ্ধতা শেষ হৈ যোৱা নাই। এওঁলোকৰ প্ৰতি বহুখিনি কৰণীয় থাকে শিক্ষিত তথা দায়িত্বশীল সমাজখনৰ।

Product details

Publisher
Storyside IN
Narrated by
Aichenga Baruah
Release date
May 4, 2021
Edition
Unabridged
Language
Assamese
Copyright
© 2021
ISBN
9789353987534
||