Tejimolar Maakor Xadhu

Tejimolar Maakor Xadhu

Tejimolar Maakor Xadhu
Format
Audiobook
Listen anywhere
$7.71
Support the people who made thisYour purchase supports the people who made this work

Description

বুঢ়ী আইৰ সাধুৰ অন্তগৰ্ত তেজীমলাৰ সাধুৰ কথা কোনে নাজানে? নিষ্ঠুৰ মাহীমাকৰ অত্যাচাৰৰ বলি হোৱা তেজীমলাৰ সাধুৱে বুকুখনত কিবা এটা যন্ত্ৰণাৰ সৃষ্টি নকৰেনে? কিয় কৰিছিল ইমান অত্যাচাৰ মাহীমাকে, সেই কথা সাধুটোৱে কৈ গৈছে। কিন্তু সাধুটোক যদি অকনমান বেলেগ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰে হয়তো কথাবোৰ বেলেগ হ'ব পাৰে। এই কাহিনী তেজীমলাৰ কাহিনী নহয়। এই কাহিনী তেজীমলাৰ মাক সুমিত্ৰাৰ কাহিনী। আছিল নেকি তেজীমলাৰ মাহীমাকৰ নাম সুমিত্ৰা আৰু পিতাকৰ নাম ভোগেশ্বৰ অথবা ভোগাই। কি পৰিস্থিতিত, কি কাৰণত তেজীমলাৰ পিতাকে সুমিত্ৰাক বিয়া পাতিব লগিয়া হৈছিল? সুখৰ আছিল নে সেই সংসাৰ?

Product details

Publisher
Storyside IN
Narrated by
Seema Boruah
Release date
March 15, 2022
Edition
Unabridged
Language
Assamese
Copyright
© 2022
ISBN
9789353988050
||