

Jononi Mur Duhita
Jononi Mur DuhitaFormat
Audiobook
Listen anywhere
$3.34
Support the people who made thisYour purchase supports the people who made this work
Description
ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা 'জননী মোৰ দুহিতা ' উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি ।
Product details
- Publisher
- Storyside IN
- Narrated by
- Dibson Lal Baruah
- Release date
- October 15, 2021
- Length
- 3 h 37 min
- Total file size
- 99 MB
- Audio
- 4 chapters
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789354838798
||









