Daat
Audiobook

Daat

Daat
Format
Audiobook
Listen anywhere
$3.34
Support the people who made thisYour purchase supports the people who made this work

Description

এজন বিপত্নিক বুঢ়াই বয়স ভাটি দিয়া নীৰুক বিয়া কৰালে। বুঢ়াৰ অগাধ সম্পত্তি কিন্তু ল'ৰা-ছোৱালী থাকে দুৰৈত।তাতে পিতাকে বিয়া কৰোৱাৰ বাবে সিহঁত অসন্তুষ্ট। দেৰিকৈ বিয়া হলেও নীৰুৰ আশা, তাইৰো এদিন নিজাকৈ এটা সন্তান হব। পিছে হ'ল জানো? এটা বিশেষ কাৰণত বুঢ়াৰ সৰু পুতেকে সৰুৱাই পেলাব খুজিলে নীৰুৰ আটাইকেইটা দাঁত। নীৰুৱে পাৰিলে নে নিজৰ দাঁতকেইটা ৰক্ষা কৰিব? মণিকা দেৱীৰ গল্প মানেই সাধাৰণ যেন লগা ঘটনা এটাৰ অসাধাৰণ বিচাৰ। দৰঙী ভাষাত লিখা এই গল্পটো শুনক গল্পকাৰৰ নিজৰ কণ্ঠত।

Product details

Publisher
Storyside IN
Narrated by
Manika Devee
Release date
July 28, 2021
Edition
Unabridged
Language
Assamese
Copyright
© 2021
ISBN
9789353987695
||