

Bixkumbho
BixkumbhoFormat
Audiobook
Listen anywhere
$3.34
Support the people who made thisYour purchase supports the people who made this work
Description
এজন উদীয়মান বিজ্ঞানী মনোজৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ পত্নী স্মিতা। স্মিতাৰ প্ৰতি মনোজৰ ভালপোৱা প্ৰগাঢ়। কিন্তু হঠাতে সকলো খেলি মেলি হৈ যায় মনোজৰ জীৱনটোত। নিজৰে বন্ধু অনন্তৰ বাহুবন্ধনত পত্নীক দেখাৰ পিছৰে পৰা মনোজে একপ্ৰকাৰৰ মানসিক স্থিৰতা হেৰুৱাই পেলাই। মনোজৰ গুৰু অনিৰুদ্ধ অত্ৰেয়ই এক নতুন আৱিস্কাৰৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলাই আছিল। যাৰ বাবে তেওঁক গিনিপিগ হিচাপে এজন মানুহৰ দৰকাৰ। পত্নীৰ বিশ্বাসঘাটকতাই মনোজক ইমান বেয়াকৈ দহে যে তেওঁ নিজকে বিজ্ঞানী অত্ৰেয়ৰ পৰীক্ষাৰ গিনিপিগ হ'বলৈ সাজু হয়। বিজ্ঞানী অত্ৰেয়ৰ হাজাৰ বাধাকো নেওচি গিনিপিগ হয় মনোজ।
Product details
- Publisher
- Storyside IN
- Narrated by
- Danish Ahmed
- Release date
- October 19, 2021
- Length
- 2 h 48 min
- Total file size
- 77 MB
- Audio
- 11 chapters
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789354838972
||









