

Audiobook
Suwa Pitambor Shyamboron Megh Ure
Suwa Pitambor Shyamboron Megh UreFormat
Audiobook
Listen anywhere
$10.81
Support the people who made thisYour purchase supports the people who made this work
Description
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ সময়। মিছিং সম্প্ৰদায়ৰ এখন গাঁও। য'ত প্ৰগতিশীল চিন্তাৰ অধিকাৰী, সকলোৰে সন্মানীয় পীতাম্বৰে স্কুল, দলং আৰু নামঘৰ হোৱাটো বিচাৰে। বিচৰা ধৰণে গাঁওখনত দলং হয় আৰু পীতাম্বৰে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰে এটা নামঘৰ। কুকুৰা-গাহৰি-মদৰ প্ৰচলন থকা জনজাতীয় সমাজত এটা বৈষ্ণৱ নামঘৰ! পীতাম্বৰ সফল হ'বনে? সেই পৰিৱৰ্তনক ৰাইজে আদৰিবনে? আজিৰ পৰা ৬০-৭০ বছৰ আগেয়ে তেনে বহু পীতাম্বৰে চাগৈ বহু অঞ্চলত উন্নয়ণৰ বাট কাটিছিল।
শুনক, আঁক-বাক উপন্যাস বঁটা ২০১০-১১ বৰ্ষৰ মনোনয়ন প্ৰাপ্ত উপন্যাস, জীৱন নৰহৰ 'চোৱা পীতাম্বৰ শ্যামবৰণ মেঘ উৰে'।
Product details
- Publisher
- Storyside IN
- Narrated by
- Bhaskarjyoti Acharjya
- Release date
- June 10, 2021
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789353988067
||
Recommendations