

Audiobook
Sekur
SekurFormat
Audiobook
Listen anywhere
$7.56
Support the people who made thisYour purchase supports the people who made this work
Description
মধ্যবিত্ত প্ৰাত্যহিকতাৰ দলিল, সংযত আৱেগ, প্ৰাঞ্জল ভাষা আৰু উপযোগী উপস্থাপনেৰে সমৃদ্ধ এমুঠি সৃষ্টি। মানুহৰ দৈনন্দিন জীৱনৰ কিছু সৰু সুৰা ঘটনাৰ মাজেৰে উন্মোচিত হৈছে মানৱীয় অভিজ্ঞতাৰ কিছুমান তিক্ত মধুৰ তাৎপৰ্য। এমুঠি দৌৰৰ গল্প। প্ৰতিযোগিতাৰ দৌৰ অথবা প্ৰতিদ্বন্দিতাৰ দৌৰ। ঠেলি হেঁচুকি কাষৰ জনক বগৰাই উৰ্দ্ধশ্বাসে মৰা এটা দৌৰ। নতুবা কোনোবা পৰাজিত, পৰ্যুদস্ত মানুহৰ জীয়াই থকাৰ দৌৰ। অন্যহাতেদি আকৌ শূন্যতা। ব্যক্তিজীৱনৰ নতুবা সমাজ জীৱনৰ শূণ্যতা, অস্থিৰতা। আৰু এই অস্থিৰতাই সৃষ্টি কৰা দৌৰ। এনে দৌৰৰে ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ
Product details
- Publisher
- Storyside IN
- Narrated by
- Atanu Bhattacharya
- Release date
- October 6, 2021
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2021
- ISBN
- 9789353988289
||
Recommendations