

Audiobook
Panir Palok
Panir PalokFormat
Audiobook
Listen anywhere
$10.81
Support the people who made thisYour purchase supports the people who made this work
Description
বৰপিতাই মৰিল। গাঁৱখনৰে বৰপিতাইৰ মৃত্যুৱে গাঁৱলৈ টানি আনে চহৰীয়া ককাই ভাইক। কিন্তু কোন এই বৰপিতাই?
পুৰণি বেলি আৰু বতাহৰ কাহিনীটো কোনে নাজানে। সিদিনা বেলি জিকিছিল, বতাহ হাৰিছিল। কাহিনীটো শেষ হৈছিল। কিন্তু শেষ হৈছিল জানো প্ৰকৃততে! পৰাজয়ৰ গ্লানি পাহৰিব পৰা নাছিল নেকি বতাহে? সেই পুৰণি খং লৈ যদি বতাহ একপ্ৰকাৰৰ বলিয়া হৈ গৈছিল।! তেতিয়াহলে কি কৰিছিল বতাহে?
বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। গাঁৱৰ কেঁচামাটি, গৃহস্থালি আৰু প্ৰাকৃতিক পৰিৱেশৰ এক মলমলীয়া গোন্ধৰে ভৰপূৰ প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী
Product details
- Publisher
- Storyside IN
- Narrated by
- Tarun Gogoi
- Release date
- June 6, 2022
- Edition
- Unabridged
- Language
- Assamese
- Copyright
- © 2022
- ISBN
- 9789354344275
||
Recommendations